অসম

বাক্সাত হাত নোহোৱা শিশুৰ জন্ম

প্ৰথম খবৰ, শালবাৰী: বাক্সাৰ শালবাৰী মডেল হস্পিতালত হাত নোহোৱা শিশুৰ জন্ম। আজি দিনৰ ভাগত বাক্সা – বৰপেটা জিলাৰ সীমামুৰীয়া ঢুমাৰ পথাৰ নিবাসী নুৰ ইছলামৰ পত্নী মনোৱাৰা বেগমে জন্ম দিয়ে এখন হাত নোহোৱা এই শিশুটি ।

Related Articles

Leave a Reply

Close