অসম

বাক্সাৰ অপহৃত শিক্ষয়ত্ৰী গুৱাহাটীত উদ্ধাৰ

প্ৰথম খবৰ,বৰমা: বাক্সাৰ বাগানপাৰাৰ পৰা অপহৰন কৰি নিয়া স্নিগ্ধা দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকীক জালুকবাৰীত উদ্ধাৰ ৷ যোৱা চাৰি জুনত বাগানপাৰাৰ পৰা কৰিম আলি নামৰ এজন যুৱকে অপহৰন কিছিল শিক্ষয়িত্ৰী গৰাকীক ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বাক্সা আৰক্ষীয়ে কৰিম আলিক আটক কৰাৰ লগতে শিক্ষয়িত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Related Articles

Leave a Reply

Close