অসম

বাক্সাৰ আনন্দবজাৰত উত্তপ্ত পৰিস্থিতি: থানা ঘেৰাও

প্ৰথম খবৰ,শালবাৰী: বাক্সাৰ আনন্দবজাৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষী চকী ঘেৰাও-পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ ৷ হত্যাকাৰীক কৰায়ত্ব আৰু নিৰ্দোষীক আৰক্ষীয়ে মুকলি কৰি দিয়াৰ দাবীত এই প্ৰতিবাদ ৷ উল্লেখ্য যে, ২ জুনত চামান আলী নামৰ এজন কৃষকক আনন্দ বজাৰৰ হাটখোলাত চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰি পথাৰৰ মাজত পেলাই থৈছিল ৷

Related Articles

Leave a Reply

Close