অসম

বিজনীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, বিজনী : চিৰাং জিলাৰ বিজনীত আজি বিজনী বড়োবাজাৰ ব্লক মহিলা কংগ্ৰেছ কমিটিয়ে বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসমত নাৰীক সুৰক্ষা দিয়া আৰু নাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবীত তেওঁলোকে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ অসমত নাৰীক অতি সোনকালে সুৰক্ষা দিবলৈ মহিলা কংগ্ৰেছ কৰ্মীসকলে চৰকাৰক দাবী জনায় ৷

Related Articles

Leave a Reply

Close