অসমগুৱাহাটী

বুঢ়া জামে মছজিদত সমূহীয়া ইফটাৰ

প্ৰথম খবৰ, আমবাৰী: গুৱাহাটী আমবাৰীত থকা বুঢ়া জামে মছজিদত শনিবাৰে সন্ধিয়া সমূহীয়া ইফটাৰৰ আয়োজন কৰা হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিবলগীয়া এই সমূহীয়া ইফটাৰৰ আয়োজন কৰিছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডে৷ এই ইফটাৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি কামনা কৰিছে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে৷

Related Articles

Leave a Reply

Close