অসম

বোকাখাটত ছাত্ৰৰ সলিল সমাধি

প্ৰথম খবৰ,বোকাখাত: বোকাখাতৰ বৰচাপৰি বাগিচাত পুখুৰীত পৰি সপ্তম শ্ৰেনীৰ ছাত্ৰৰ মৃত্যু ৷ মৃত ছাত্ৰজনৰ নাম কৃষ্ণ চবৰ। কুৰুৱাবাহী ৰাজগড় এম. ই. স্কুলৰ ছাত্ৰ আছিল কৃষ্ণ চবৰ। আজি ছমহীয়া পৰীক্ষা দি ঘৰ আহি পোৱাৰ পাছতেই এই ঘটনা সংঘটিত হয়। ছাত্ৰ জনৰ মৃত্যুত বাগিছাখনত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close