অসম

বৰহাটত মহিলা নিৰুৰ্দ্দেশ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাৰ শ্ৰমিক সুৰ্দশন কুমাৰৰ পত্নী ভাৰতী কুমাৰ(৪০) আজি নিৰুৰ্দ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে আজি শিৱসাগৰত কৰ্ম সূত্ৰে থকা জীয়েকৰ ওচৰলৈ ৰে’লে বৰহাট ৰে’ল ষ্টেচনৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত নিৰুৰ্দ্দেশ হয়। কোনো সদাশয় ব্যক্তিয়ে নিৰুৰ্দ্দিষ্ট ভাৰতী কুমাৰৰ সম্ভেদ পালে দূৰভাষ ৯৮৫৯৮১৬২৫৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close