অসম

মানিকপুৰত ৰাইজৰ অভিনৱ প্ৰতিবাদ

প্ৰথম খবৰ, মানিকপুৰ: মাণিকপুৰ আৰক্ষীৰ বিৰুদ্ধে এই প্ৰতিবাদ। মাৰপিটত আহত মহিলাক থানাত আনি ৰাইজৰ প্ৰতিবাদ। মহিলা বিবি নামৰ মহিলা এগৰাকীক আনোৱাৰ আলীয়ে মাৰপিট কৰে। কুকুৰা চৰাইক লৈ কাজিয়া কৰি গুৰুতৰ ভাৱে আহত কৰে মহিলা বিবিক। গোচৰ দিয়াৰ পিছতো নীৰৱ আৰক্ষী। ২নং পাটকাটাৰ ৫ শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰিলে থানা। মানিকপুৰ আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল থানা চৌহদ।

Related Articles

Leave a Reply

Close