অসম

মাৰ্ঘেৰিটাত ১২ চকীয়া ট্ৰাক আৰু যাত্ৰী বাহী অট’ৰ সংঘৰ্ষ , ৪ জন গুৰুতৰ ভাৱে আহত

প্ৰথম খবৰ, লিডু: আজি দিনৰ প্ৰায় ১১.৩০ বজাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নেফা টি ফেক্টৰী সমীপস্থ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত এক দুৰ্ঘটনা সংঘটিত হয় । ইউ পি ২১ এ এন ৩৬৪৫ নম্বৰৰ ১২ চকীয়া ট্ৰাকে মহটিয়ালে যাত্ৰীবাহী অট’ এখন । দুৰ্ঘটনাটোত অট’ ড্ৰাইভাৰ মহিলা সহ চাৰিজন যাত্ৰী গুৰুতৰ ভাৱে আহত হয় । সংকট জনক অৱস্থাত আটাই কেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Leave a Reply

Close