অসম

মৰিগাঁৱত টাটা মটৰ্চৰ নতুন চ’ৰুম মুকলি

প্ৰথম খবৰ, মৰিগাঁও: আজি মৰিগাঁৱত কচমৌপলিটিচিয়ান অ’টো এটি টাটা মটৰ্চৰ নতুন চ’ৰুম মুকলি কৰে । নতুন চ’ৰুম মুকলি কৰি মৰিগাঁও পৌৰ সভাৰ উপ পৌৰপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ডেকাই। অনাগত সময়ত এই চ’ৰুমটোৱে মৰিগাঁও বাসীৰ সুবিধা হোৱাৰ লগতে টাটা মটৰ্চৰ তৰফৰ পৰা গ্ৰাহকে পাব লগা সকলো সুবিধা পাব বুলি আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close