অসম

মৰিগাৱত যুৱ কংগ্ৰেছৰ সভা

প্ৰথম খবৰ,মৰিগাৱ: “দায়িত্ব ভাৰতীয় জনতা পাৰ্টিত কেতিয়াও অধিকাৰ হ’ব নোৱাৰে। দায়িত্ব হৈছে কত্তৰ্ব্য। দায়িত্ব কংগ্ৰেছ দলত হৈছে অধিকাৰ। দায়িত্ব ভাৰ নিজৰ হাতত ৰখাটো গান্ধী পৰিয়ালৰ অধিকাৰ”। এই ভাষ্য অসম প্ৰদেশ যুৱ মৰ্চাৰ নৱনিযুক্ত সভাপতি অনুপ বৰ্মনৰ। আজি মৰিগাঁৱ জিলা যুৱ মৰ্চাৰ উদোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত এনেদৰে কয় সভাপতি গৰাকীযে । অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়কৰ লগতে নগৰ সমিতিৰ চেয়াৰমেন অৰ্চনা বৰদলৈ ৷

Related Articles

Leave a Reply

Close