অসম

লাহোৱালত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লাহোৱাল: লাহোৱালৰ ডাক ঘৰৰ চৌহদৰ ভিতৰত মৃতদেহ উদ্ধাৰ হৈছে। জানিব পৰা মতে,  লাহোৱালৰ মানসিকভাৱে দুৰ্বল ব্যক্তি ফুল গগৈ (৩৬) বুলি আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিছে। উল্লেখনীয় যে, বিগত প্ৰায় ১৬ দিন মান ফুল গগৈ ঘৰৰ পৰা আঁতৰি আছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close