অসম

লাহৰীঘাটত দুৰ্যোগ ব্যৱস্থাপনাৰ সজাগতা সভা

প্ৰথম খবৰ,মৰিগাৱ/লাহৰীঘাট: মৰিগাৱ জিলাৰ লাহৰীঘাট আৰু ভূৰাগাওঁৰ ৰাজহচক্ৰৰ নৈপৰীয়া আঠখনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দূৰ্যোগ ব্যৱস্থাপনা বিভাগে এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে । বান,খহনীয়া,বতাহ ধুমুহা কেনেদৰে মোকাবিলা কৰিব পাৰি তাৰে ওপৰত ছাত্ৰ ছাত্ৰীৰ মাজত বিষদ বিৱৰণ দাঙি ধৰি বিভাগটোৱে । তদুপৰি বৃক্ষৰোপন ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাৰ লগতে গছ গছনি নাকাটিবলৈ আহ্বান জনাই ছাত্ৰ ছাত্ৰী সকলক ।

Related Articles

Leave a Reply

Close