অসম

বৰাহীবাৰীত ছাত্ৰ মুক্তিৰ সমিতি গঠন

প্ৰথম খবৰ,শিমলুগুৰি: আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা অন্তৰ্গত বৰাহীবাৰী আঞ্চলিক সমিতিখন ভংগ কৰি আজি নতুনকৈ বৃহত্তৰ বৰাহীবাৰী- চামগুৰি নামেৰে আজি এখন শক্তিশালী সমিতি গঠন কৰা হয়। মনোজ বৰাক সভাপতি, আদিত্য গগৈ আৰু দ্বীপজ্যোতি লাহণক যুটীয়া সম্পাদক হিচাপে লৈ ৩১ জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত, সভাত জিলা সমিতিৰ যুটীয়া সম্পাদক ৰাজু চেতিয়া ফুকন আৰু সীমান্ত গগৈৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা উপস্থিত আছিল। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অংকুৰ গগৈয়ে।

Related Articles

Leave a Reply

Close