অসম

শিৱসাগৰত পাৰিপাৰ্শ্বিক দিৱস উদযাপন 

প্ৰথম খবৰ, শিৱসাগৰ : শিৱসাগৰ যুৱদলৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসন আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰিছে । আজি আবেলি ২ বজাৰ পৰা দুটা শাখাত অনুষ্ঠিত হয় প্ৰকৃতি আৰু পৰিৱেশৰ ধাৰাত চিত্ৰাঙ্কণ প্ৰতিযোগিতা। সন্ধ্যা ৬ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । উক্ত প্ৰতিযোগিতা উদ্বোধন কৰিব যুৱদল সোণালী জয়ন্তী উদযাপন সমিতৰ সভাপতি লক্ষ্মীকান্ত মহন্তই। অহা কালিলৈ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত ( জয়সাগৰত) বৃক্ষৰোপণ আৰু বিতৰণ কাৰ্যসূচী ।

Related Articles

Leave a Reply

Close