অসম

সাপটগ্ৰামত এছ বি আইৰ সজাগতা সভা

প্ৰথম খবৰ,সাপটগ্ৰাম: ভাৰতীয় ষ্টেট বেঙ্কৰ সাপটগ্ৰাম শাখাৰ অন্তৰ্গত বিটিএডিৰ কোকৰাঝাৰ জিলাৰ জগদৈ বজাৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিত্তীয় স্বাক্ষৰতা আৰু কৃষি ঋণৰ ওপৰত অনুষ্ঠিত সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছিএছপি ৰামপদ ৰায়ে । সভাত সাপটগ্ৰাম শাখাৰ শাখা প্ৰবন্ধক কুমাৰ অভিষেক, প্ৰাক্তন শিক্ষক কাঞ্চন বিশ্বাস উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close