অসম

সোণাৰিত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান

প্ৰথম খবৰ,সোণাৰি: সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলা আৰক্ষী থানাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই। সীমান্তৰ পৰিস্থিতি পৰ্যৱেশন। সঞ্চালক প্ৰধান অহাৰ লগে লগে আতৰিল নামতোলা আৰক্ষীৰ গেট। নাগালেণ্ডৰ টিজিতত প্ৰবেশ কৰি নাগা আৰক্ষীৰ সৈতে বাৰ্তালাপ মুকেশ সাহাইৰ। সীমান্তৰ নিৰাপত্তা, ড্ৰাগছৰ বেহাক কঠোৰ হাতেৰে দমন কৰাৰ লগতে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ বিষয়টো তদন্ত কৰি থকাৰ কথা সদৰি কৰিছে।

  • Related Articles

    Leave a Reply

    Close