অসম

স্কুলীয়া ছাত্ৰীক পলুৱাই নি ৰঙাঘৰৰ আলহী হ’ল বিবাহিত যুৱক

প্ৰথম খবৰ, বাৰপূজীয়া: যোৱা তিনি জুনত মেট্ৰিকৰ মাৰ্কশ্বিট নিবলৈ অহা আইমনি বেগম(১৫) নামৰ ছাত্ৰী গৰাকীক পলুৱাই নিছিল কপাহেৰাৰ দুই সন্তানৰ পিতৃ ৰাজু বৰদলৈ নামৰ যুৱক জনে ৷ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত জালুগুটি আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে ৷ কালি বিয়লি জালুগুটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন কলিতা সহ আৰক্ষী দলটিয়ে গোপন সুত্ৰৰ পম খেদি জাগীৰোডৰ বাছ আস্থানৰ পৰা দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান ৰাজু বৰদলৈ নামৰ লম্পত যুৱক জন জালুগুটি আৰক্ষী চকীৰ আলহী ৷

Related Articles

Leave a Reply

Close