অসম

হাজোৰ সৌৰামূৰিত অঘটন

প্ৰথম খবৰ, হাজো: হাজোৰ সৌৰামূৰিত অঘটন। কৃত্ৰিম বানত উটি গ’ল দুজনকৈ লোক। ইয়াৰে এজন ধৰণী কলিতাৰ সলিল সমাধি। আন এগৰাকী কৰেন কলিতাক সংকট জনক অৱস্থাত GMCH লৈ প্ৰেৰণ। দুয়ো গৰাকীয়ে ধান কাটিবলৈ পথাৰলৈ গৈছিল ।

Related Articles

Leave a Reply

Close