অসম

হেপাঁহ যুৱ সমাজৰ উদ্যোগত স্মৃতিচাৰণ ও অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ,বৰভাগ: কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত বাৰাংহাটীৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান হেপাঁহ যুৱ সমাজৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন,বাৰাংহাটীৰ প্ৰাংগণত অহা ইং ২জুলাই তাৰিখ ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে বিশিষ্ট কবি, সাহিত্যিক, সমাজসেৱক প্ৰয়াত বসন্ত কুমাৰ শৰ্মাৰ স্মৃতিত বাৰ্ষিক স্মৃতিচাৰণ সভাখনৰ লগতে চলিত বৰ্ষৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়োৱাৰ উপৰি বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ৷

Related Articles

Leave a Reply

Close