অসম

ৰঙিয়াত দুধৰ্ষ এন ডি এফ বি আটক

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ সেনাৰ মহৰ ৰেজিমেন্টে এক গোপন সূত্ৰৰ পম খেদি এজন দুৰ্ধষ NDFB সদস্যক আটক কৰে। ৰঙিয়া মৰানজানাৰ পৰা আটক কৰা সদস্যজনক বিদ্যা ৰাম ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ হাতৰ পৰা এটা ৯ এম এম পিস্তলসহ ৫ জাই গুলি উদ্ধাৰ কৰে ৷

Related Articles

Leave a Reply

Close