Uncategorizedঅসম

ৰূপান্তৰৰ উদ্যোগত অভিনয় আৰু নৃত্যৰ কৰ্মশালা

প্ৰথম খবৰ,ননৈ: সমাজ সাহিত্য সংস্কৃতি মঞ্চ ৰূপান্তৰ উদ্যোগত অহা ১ জুলাই পৰা ১৫ জুলাইলৈ নগাঁও জিলাৰ জলাহৰ ওজৰা গাঁৱস্থিত শংকৰদেৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা হৈছে অভিনয় আৰু নৃত্যৰ কৰ্মশালা । অসমৰ চলচ্চিত্র আৰু মঞ্চ জগতৰ বহু কেইগৰাকী শিল্পীয়ে প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব লগা কৰ্মশালাত ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলৰ অংশ গ্ৰহণৰ আহ্বান কৰিছে উদ্যোগতা সকলে ৷

Related Articles

Leave a Reply

Close