অসম

উন্মোচনী সভা সম্পন্ন

প্ৰথম খবৰ, টীয়ক: দৈনিক বাতৰি কাকত “আমি অসমৰ জনগণ” ৰ যোৰহাট সংস্কৰণৰ আনুস্থানিকভাৱে মুকলি কৰে যোৰহাটৰ হোটেল দ্য মেনেৰত৷এই উদ্দেশ্যৰে আয়োজিত এক সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা , অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী প্ৰমুখ্যে বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ লগতে এই সভাত উজনি অসমৰ ভিন্ন প্ৰান্তৰ বহুকেইগৰাকী সংবাদ কৰ্মী উক্ত অনুস্থানটোত উপস্থিত আছিল৷

Related Articles

Leave a Reply

Close