অসম

কাকজানত কঠিয়া সিচাঁৰ শুভাৰম্ভ কাৰ্যসূচী

প্ৰথম খবৰ, কাকজান: বানপানীয়ে বিগত সময়ত কৃষক ৰাইজ হাহাকাৰ সৃষ্টি কৰাৰ সময়তে আজি কাকজান অঞ্চলৰসমূহত কৃষক ৰাইজলৈ হাঁহিৰ বিৰিঙণি সৃষ্টি হৈছে। বানপিড়ীত কৃষক ৰাইজৰ কলংক বানে শস্য নষ্ট কৰা সময়ত আজি সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাচাৰ আৰু চিপাহীখোলা মণ্ডলৰ সহযোগত বানপিড়ীত কৃষক ৰাইজলৈ বিনামূলীযাকৈ বিতৰণ কৰিবলগীয়া কঠিয়া সিচাঁ শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটোত সমূহ অঞ্চলবাসীৰ ৰাইজৰ সহযোগত সম্পন্ন হয়।

Related Articles

Leave a Reply

Close