অসম

কামপুৰৰ হাৰিয়া নদীত শিশু সন্ধানহীন

প্ৰথম খবৰ, কামপুৰ: আজি বিয়লি নগাঁও জিলাৰ কামপুৰৰ পলসাত এক কৰুণ ঘটনা সংঘটিত হয়। হাৰিয়া নদীত গা ধুবলৈ গৈ সন্ধানহীন ৪ বছৰীয়া এটি শিশু।আনহাতে এগৰাকী কন্যা শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে। বৰ্তমান স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই ৪ বছৰীয়া শিশুটিৰ। সন্ধানহীন শিশুটোৰ নাম বিকাশ বিশ্বাস।

Related Articles

Leave a Reply

Close