বিনোদনশীৰ্ষ

কিয় বিচ্ছেদ হ’ল ৰাম আৰু লীলাৰ

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ:ৰামলীলা অৰ্থাৎ দিপীকা পাডুকন আৰু ৰণবীৰ সিং। বলীউদৰ বেষ্ট কেমিষ্ট্ৰি থকা দুজন সফল অভিনেতা। বিগত ৫ বছৰৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ কথা হয়টো আপোনালোকে জানে। নেহা ধুপীয়াৰ এটা শ্ব’ত ৰণবীৰ সিঙে কৈছিল যে, “দিপীকাৰ নিচিনা কিছ বলীউদৰ কোনো অভিনেত্ৰীয়ে কৰিব নোৱাৰে।” কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে যে বলীউদৰ এই জনপ্ৰিয় অভিনেতাদ্বয়ৰ মাজত বিচ্ছেদ হৈছে। কাৰণ ৰণবীৰে অতি সোনকালে বিয়া পতাৰ প্ৰস্তাৱ দিছিল দিপীকাক। কিন্তু দিপীকা বৰ্তমান সাজু নহয় বিয়াৰ কাৰণে। সেই কাৰণে দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি জানিব পৰা গৈছে। তথাপি দুয়োকে বহু অপেক্ষিত পদ্মাৱতী ছবিখনত একেলগে দেখিবলৈ পাব দৰ্শকে।

Related Articles

Leave a Reply

Close