অসম

গহপুৰৰ ৰাওনামুখত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলতো বাঢ়নী পানী কমিছে যদিও এটুুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই। গহপুৰ ৰাজহ চক্ৰৰ ৰাওনা মুখ গাঁও পঞ্চায়তৰ অন্তর্গত চৌগুৰি,বৰদোৱা, কালিনী, মধ্যে চৰাইবাৰী, গজপুৰ, বাৰুলে চাপৰি, কলীয়া পানী গাঁৱৰ বানাক্ৰান্ত ৰাইজে  নাৱঁত খালী  বাল্টি- কলহ-বটল লৈ নাৱত উঠি খোৱা পানী বিচাৰি চলাথ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে বুলি স্থানীয় একাংশ সচেতন যুৱকে জনাইছে।

Related Articles

Leave a Reply

Close