যুৱ

গ্লেমাৰ জগতত পুৰুষ মডেল হিচাপে জনপ্ৰিয়তা লাভ কৰিছে পিয়ুস শৰ্মাই

মডেলিং জগতখনত নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা অন্য এজন পুৰুষ মডেল হ’ল পিয়ুস শৰ্মা। গুৱাহাটী মহানগৰীত ডাঙৰ-দীঘল হোৱা পিয়ুস আছিল ‘ইণ্ডিৰা স্কুল অফ কমিনিউকেশ্বন’ত গণ মাধ্যমৰ ছাত্ৰ। পঢ়া-শুনাৰ লগতে নিজৰ কেৰিয়াৰটোক সুন্দৰভাৱে গঢ় দিয়া পিয়ুসে ২০১৩ চনত ‘মিষ্টাৰ নৰ্থ ইষ্ট’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। তদুপৰি ৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকিব সক্ষম হোৱা এই মডেলগৰাকীয়ে মিষ্টাৰ সিংহাগড পুনে২০১২, মিষ্টাৰ পুনে ষ্টাইল আইকন ২০১২,  মিষ্টাৰ কৰনদাক পুনে২০১৩, মিষ্টাৰ ৰয়েলচ্ ২০১৩ আৰু মিষ্টাৰ ইণ্ডিয়া ফিট ফেক্টৰ২০১৬ শীৰ্ষক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। পিয়ুস উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় ১০ গৰাকী ‘ক্লিয়েৰ কাট আউট লুক পাৰ্চনেলিটি মেনৰ’ ভিতৰত প্ৰথম স্থানৰ তালিকাত অৰ্ন্তভুক্ত হৈছে।

Related Articles

Leave a Reply

Close