অসম
চামগুৰিত বাঢ়নী পানীত কিশোৰৰ মৃত্যু

প্ৰথম খবৰ, বঢ়মপুৰ: চামগুৰিৰ শালনাৰ ১ নং চিমনা বস্তীত অঘটন। দিজু নৈৰ জংঘল বস্তীৰ বাঢ়নী পানীত পৰি মৃত্যু হয় কপিল কলিতা নামৰ এজন কিশোৰ। গৰু আনিবলৈ গৈ বাঢ়নী পানীত উটি যায় কপিল কলিতা নামৰ ১৪ বছৰীয়া কিশোৰ জন। ঘটনাস্থলীত উপস্থিত শালনা আৰক্ষীৰ লোক।SDRFৰ লোকে উদ্ধাৰ কৰে কিশোৰটিৰ মৃতদেহ।