অসম

চামপৰা নৈ পানীৰ ঢলে বিধ্বস্ত কৰা ঢকুৱাখনা আৰু লখিমপুৰ সংযোগী পথৰ দুৰৱস্থা

 

প্ৰথম খবৰ, ঢকুৱাখনা: চামপৰা নদীৰ বাঢ়নী পানীৰ ঢলে বিধ্বস্ত কৰা ঢকুৱাখনা আৰু লখিমপুৰ সংযোগী পথৰ দুৰৱস্থা। কালিৰে পৰা পানী শুকুৱা ফলত দুঠাইত পথটোৰ বিধ্বস্ত অংশৰে যাব পৰা হৈছে যদিও অন্য এঠাইত চামপৰা নৈখন কোবাল সোঁত বৈ থকাত এতিয়া যাতায়াত কৰিব কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ।

Related Articles

Leave a Reply

Close