অসম

চাৰিকড়ীয়াৰ আৰু চাম্পৰা নৈৰ পানী ঢলে উটুৱাই নিলে বাঁহৰ দলং, কেইবাখনো গাঁৱৰ লগত যোগাযোগ বিচ্ছিন্ন

প্ৰথম খবৰ, ঢকুৱাখনা:  চাৰিকড়ীয়াৰ আৰু চাম্পৰা নৈৰ পানী ঢলে আজি পুৱা ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ মধুপুৰ কেঁকুৰীৰ পৰা ভাটি কেঁকুৰী আৰু ছেলাজান কছাৰী গাঁৱলৈ যোৱা একমাত্ৰ বাঁহৰ দলংখন আজি পুৱা চাম্পৰা আৰু চাৰিকড়ীয়াৰ নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাত কেইবাখনো গাঁৱৰ ৰাইজ এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Close