অসম

চিলাপথাৰত অগ্নিকাণ্ড

প্ৰথম খবৰ,চিলাপথাৰ : চিলাপথাৰ থানাৰ অন্তৰ্গত চ’চাইটিত আজি হোৱা এক ভয়াৱহ অগ্নিকান্ডত জাহ গল ব্যৱসায়ী ৰাখাল পণ্ডিতৰ ঘৰ ৷ ঘটনাৰ বিৱৰণী মতে ইলেক্ট্ৰিক শ্বক চাৰ্কিটৰ কাৰনে জুই লাগে ৷ পিচত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুওৱা হয় ৷

Related Articles

Leave a Reply

Close