অসম

চুতীয়া ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যকৰী সভা

প্ৰথম খবৰ, চিচিবৰগাঁওঃ ২৬জুলাই তাৰিখে সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ এখনি  জৰুৰী  কাৰ্যকৰী সভা  দিনৰ এঘাৰ বজাত চিচিবৰ গাঁওস্থিত চৌখামটিং সাধনী ভৱনত আহ্বান কৰা হৈছে। সন্থাৰ সকলো কৰ্মকৰ্তা তথা সদস্যক উক্ত সভাত উপস্থিত থাকিবৰ বাবে চুতীয়া ছাত্ৰ সন্থা সহকাৰী সম্পাদক গিৰীন চুতীয়াই অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close