অসম

চৰাইদেউ জিলাৰ মাহমৰাত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, মাহমৰা: দিচাং নদীৰ বাঢ়নী পানীয়ে বোৱাই পেলাইছে বহু অঞ্চল। মাহমৰা কলাডুবি, কাকতিবাৰী, ভলুকাগুৰি, বাহবাৰী, জাপিধৰা গাঁৱৰ প্ৰায় ৬০ টা পৰিয়াল এতিয়া বানৰ কবলত। পৰিয়ালৰ লোক সকলে এতিয়া ওখ ঠাইত আশ্ৰয় ল’ব লগা হৈছে।

Related Articles

Leave a Reply

Close