অসম

জনজাতিকৰণৰ দাবীত টংলাত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ,টংলা: কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰন আৰু কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ দাবীত আজি ওদালগুৰি জিলা আক্ৰাছুয়ে টংলাত দেশৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ টংলা চাৰিআলিত প্ৰতিকৃতি দাহ কাৰ্যসূচীত আক্ৰাছুৰ কৰ্মীসকলে বিভিন্ন শ্ল’গানেৰে ৰাইজৰ দৃষ্টি আকৰ্ষন কৰে ৷

Related Articles

Leave a Reply

Close