অসম

টেঙাখাতত আবৃত্তিৰ কৰ্মশালা

প্ৰথম খবৰ,টেঙাখাত : টেঙাখাতৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান টেঙাখাত সাহিত্য কাননৰ উদ্যোগত লিটিল ষ্টাৰ হাইস্কুলত ১৩, ১৪, ১৫ আৰু ১৬ জুলাই তাৰিখত এক আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হ’ব। আবৃত্তি বিশাৰদ মন ময়ুৰী গগৈৰ লগতে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আগ্ৰহী সকলে ৯৪৩৫৮৭৪৬৬৩ আৰু ৯৪৩৫২৬৩৫৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

Related Articles

Leave a Reply

Close