অসম

ডিগবৈত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

প্ৰথম খবৰ,ডিগবৈ: কেন্দ্ৰীয় চৰকাৰে অইল ইন্দিয়া লিমিটেডক ভাৰতীয় তেল নিগমৰ লগত চামিল কৰিবলৈ লোৱাৰ প্ৰতিবাদত আজি ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়।অন্যথা যুৱছাত্ৰ পৰিষদে জংগী আন্দোলন কৰাৰ ভাবুকি দিয়ে।

Related Articles

Leave a Reply

Close