অসম

ডিমাকুছিত চোৰাং ভাং জব্দ

প্ৰথম খবৰ,ডিমাকুছি: ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং ডিমাকুছি আৰু ১ নং ডিমাকুছিৰ বাসিন্দা ৰামু ছেত্ৰী আৰু সুকুমাৰ সৰকাৰৰ নিজা ঘৰত কিছু পৰিমানে চোৰাং ভাং জব্দ কৰে ৷ ডিমাকুছি আছু , এ জে ৱাই চি পি আৰু বি পি এফ মহিলা মঞ্চৰ গোপন অভিযানৰ তথ্যৰ ভিত্তিত ভাংখিনি জব্দ হয় ৷

Related Articles

Leave a Reply

Close