অসম

তিনিচুকীয়া জিলাত উদণ্ড বাইক চালকৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ অভিযান

প্ৰথম খবৰ,পেঙেৰী: উদণ্ড বাইক চালকৰ বিৰুদ্ধে আজি তিনিচুকীয়া জিলাৰ যান বাহন আৰক্ষীয়ে অভিযান চলোৱা পৰিলক্ষিত হল ৷ অভিযানৰ সময়ত চালকৰ অনুজ্ঞা পত্ৰ বিহীন আৰু হেলমেট নিপিন্ধা বহুকেইজন যুৱকৰ বিৰুদ্বে গোচৰ ৰুজু কৰে৷ মন কৰিব লগীয়া যে, তিনিচুকীয়া জিলাখনত দীৰ্ঘদিন ধৰি একাংশ উদণ্ড যুৱকে দুৰন্ত গতিত বাইক চলাই উশৃংখলতাৰ সৃষ্টি কৰি আহিছিল ৷

Related Articles

Leave a Reply

Close