অসম

তেজপুৰত স্বচ্চ ভাৰত সম্পৰ্কীয় অনুষ্ঠানত অভিনেত্ৰী বৰষাৰাণী

প্ৰথম খবৰ,তেজপুৰ: সমগ্ৰ দেশ জুৰি চলি থকা স্বচ্চ ভাৰত অভিযান আৰু সফল কৰাৰ বাবে স্বচ্চ ভাৰতৰ কৰ্মী সকলক লৈ আজি শোনিতপুৰ জিলা সদৰ তেজপুৰৰ জিলা পুথিভড়াল প্ৰাঙ্গনত এক সজাগতা মুলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ স্বচ্ছ ভাৰত সম্পকিয় অনুষ্ঠান সমবেত সংগীতৰে আৰাম্ভ কৰা হয়। জনস্বাস্থ্য কাৰিকৰি বিভাগৰ বিষয়া আলি আকবৰৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু জিলা অতিৰিক্ত উপায়ুক্ত পৰাগ মনি মহন্ত উপস্থিত সজাগত মুলক ভাষণ আগবঢ়ায় ৷

Related Articles

Leave a Reply

Close