অসম

দক্ষিণ শালমাৰাত গৰু চোৰাং বেহাত জড়িত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সদস্য গ্ৰেপ্তাৰ

প্ৰথম খবৰ, হাটশিঙিমাৰি: এইবাৰ গৰু চোৰাং বেহাত জড়িত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়ত সদস্য।দক্ষিণ শালমাৰাৰ পৰাৰচৰ গাঁও পঞ্চায়ত আঞ্চলিক সদস্যজনৰ নাম মুন্তাজ আলি প্ৰধানী। থানাৰ পৰা গৰু বিক্ৰী কৰাৰ টোপ দি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ দক্ষিণ শালমাৰা বিধায়ক ৱাজেদ আলি চৌধাৰীৰ ঘনিষ্ঠ এইগৰাকী গৰুৰ চোৰাং বেপাৰী। দীৰ্ঘ দিনৰ পৰা আৰক্ষীক ফাঁকি দি চলাই আহিছিল গৰুৰ বেহা।

 

Related Articles

Leave a Reply

Close