অসম

নগাঁৱত পানীত পৰি এজনৰ মৃত্যু

প্ৰথম খবৰ, জাজৰি : নগাঁৱৰ কলঙত কিছু সময় আগতে এজন ভোলবমৰ লোক পানীত পৰি মৃত্যু হৈছে। ল’ৰা জনৰ নাম ৰঞুজ দত্ত। লোকজনৰ ঘৰ পানীগাঁৱত বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close