অসম

নাওবৈচাত ধুমুহাৰ তাণ্ডৱ

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাত পুৱতি নিশা ধুমুহা বতাহৰ তাণ্ডৱ৷ আজি ৰাতিপুৱা এজাক বতাহ ধুমুহাই নাওবৈচা, লালুক, বঙালমৰা অঞ্চলত তাণ্ডৱ চলাই৷ গছ-গছনি ভাঙি বহু ঘৰ দুৱাৰ ক্ষতি কৰাৰ লগতে বহু ঠাইত বিজুলি তাঁৰ চিঙি পেলাই৷ বৰ্তমান বিজুলি ব্যৱস্থা বিছিন্ন হৈ আছে অঞ্চল সমূহত৷

Related Articles

Leave a Reply

Close