অসম

নাজিৰাৰ মেছাগড় মাজৰ চুক জলমগ্ন: ব্যাহত স্বাভাৱিক জীৱনযাত্ৰা

প্ৰথম খবৰ,শিমলুগুৰি: নাজিৰাৰ মেছাগড় মাজৰ চুকৰ বহু অঞ্চল নেৰানেপেৰা বৰষুণ আৰু ডিমৌ নৈৰ বাঢ়নি পানীয়ে ডুবাই পেলোৱাৰ বাবে স্বভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে । যাৰ বাবে ঘৰৰ ভিতৰৰ পৰা মানুহ বাহিৰলৈ ওলাবলৈ বহু কষ্ট কৰিব লগা হৈছে ।গাড়ী পয্যন্ত ডুব গৈ এক কৰ্দয্য গেলা গন্ধ সমগ্ৰ মাজৰ চুকৰ পৰিবেশ বিনষ্ট হৈ পৰিছে ।

Related Articles

Leave a Reply

Close