অসম

নাজিৰাৰ ৰেৱতী গাঁৱত প্ৰধান মন্ত্ৰী ফচল যোঁজনাৰ সজাগতা সভা

প্ৰথম খবৰ, শিমলুগুৰি: নাজিৰা মহকুমাৰ ৰেৱতী গাঁওস্থিত খটখটী মধ্যইংৰাজী বিদ্যালয়ত নাজিৰা কৃষি বিভাগ আৰু পশু চিকিৎসা বিভাগৰ যৌথ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনাৰ (পি. এম.এফ. বি.ৱাই) তৰফৰ পৰা ৰূপায়ন কৰা অসম ৰাজ্যিক পয্যায়ৰ শস্য বীমা আঁচনিৰ এচ.এল.চি.চি চি.আই ৰ তৰফৰ পৰা অন্যান্য জিলাৰ লগতে শিৱসাগৰৰ বাবেও ২০১৭ ১৮ বৰ্ষৰ বাবে খাৰিফ বতৰৰ বাবে বীমা যোঁজনা বিষয়ে সভাত উপস্থিত কৃষি সম্প্ৰসাৰণ উন্নয়ন বিষয়া বুবুল তামুলী সহায়ক আমিৰ হুচেইন ধ্ৰুৱজ্যোতি ফুকন কনক কলিতা আৰু পশু চিকিৎসক বুবুল তামুলী লগতে তিনি পঞ্চায়তৰ অধীনৰ বহু কৃষকে এই সজাগতা সভাত অংশ গ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close