অসম

নিবনুৱা যুৱকৰ মানৱতাৰ নিদৰ্শন

প্ৰথম খবৰ, বৰগাং: ৭৭ নং বিহালী বিধান সভাৰ সমষ্টিৰ এজন নিবনুৱা যুৱকে পুনম কিষাণ নামৰ এগৰাকী মেধাবী ছাত্ৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এই যুৱকজন হ’ল আকাশ কিষাণ। আকাশ কিষাণে প্ৰথম খবৰৰ সাংবাদিকক জনোৱা মতে তেওঁৰ দিনটোৰ চাহ, তামোল-পাণ আদিৰ যি খৰছ হয় সেই অবাবত খৰচ হোৱা টকাখিনি সঞ্চয় কৰি দশম শ্ৰেণীত পঢ়ি থকা পুনমৰ পঢ়া শুনাৰ খৰচৰ বাবে আগবঢ়াব। এই কথাৰ শলাগ লৈছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close