অসম

পূৱ জালুগুটিত তিনিদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ

 প্ৰথম খবৰ, বাৰপূজীয়া: মৰিগাঁও জিলাৰ পূৱ প্ৰান্তত অৱস্থিত পূৱ জালুগুটিত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগত বছৰৰ দৰে এইবছৰো বিশ্ব শান্তিৰ অৰ্থে অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছে। উল্লখ্য যে, অনুসূচিত জাতি বসতিপূৰ্ণ এই  গাঁওখনত আজিৰে পৰা এক ভক্তি পৰিৱেশে বিৰাজ কৰিছে। গাঁওখনৰ সকলোৱে এই ভাগৱত পাঠ  অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই অনুষ্ঠানত অসমৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Close