অসম

বানে বিধ্বস্ত কৰা ঘিলামৰা বন্যাৰ্তৰ কাষত মন্ত্ৰী নৱ দলে

প্ৰথম খবৰ, ঢকুৱাখনা: চাম্পৰা, কুমতীয়া আৰু জীয়াধলৰ বাঢ়নিপানীয়ে বিধ্বস্ত কৰা ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰাৰ বানাক্ৰান্তৰ ৰাইজৰ কাষত উপস্থিত হৈছে ঢকুৱাখনা স্থানীয় বিধায়ক তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। দিন ৰাতি মথাউৰিৰ ওপৰতে দিন কটোৱা ঘিলামৰা এইসকল বন্যাৰ্তৰ কাষত উপস্থিতি হৈ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ক্ষয় ক্ষতিৰ লগতে অভাৱ-অভিযোগৰ বিষয়ে বুজ লয়।

Related Articles

Leave a Reply

Close