অসম

বানৰ কৱলত বৰক্ষেত্ৰী

প্ৰথম খবৰ, মুকালমুৱা: এই পৰ্য্যন্ত চৰকাৰী হিচাপ অনুযায়ী চৰ অঞ্চলকে ধৰি মুঠ ৬৩ খন গাঁৱৰ ২০,৭৬৮ টা পৰিয়াল সহ মুঠ ১২৪৬০৮ জন/জনী বানপানীৰ কৱলত। নিৰাপদ আশ্ৰয়স্থলী হিচাপে মাথাউৰি আৰু চৰকাৰী বিদ্যালয়ৰ বাৰাণ্ডাত আশ্ৰয় বহু পৰিয়াল তথা পশুধনৰ।

Related Articles

Leave a Reply

Close