অসম

বান বিধ্বস্ত দুসুতিমুখত ধুমুহা আৰু বজ্ৰপাতৰ ফলত পশুধনৰ মৃত্যু 

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ দুসুতিমুখ পঞ্চায়তৰ অন্তৰ্গত বান বিধ্বস্ত কেইবাখনো গাঁৱত নিশা অহা এজাক প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাতৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। উল্লেখ্য যে, নিশা প্ৰায় ২•৩০ বজাত অহা এজাক ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৰঙামাটি মৌজাৰ ২নং ভকত চাপৰিৰ বিজু দলে নামৰ কৃষক জনৰ এহাল বলধ গৰু লগতে ১০ টা পশুধনৰ মৃত্যু হয়।

Related Articles

Leave a Reply

Close